பொருள் : প্রথা বন্ধ কৰা কার্য
							எடுத்துக்காட்டு : 
							আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
							
ஒத்த சொற்கள் : নিষিদ্ধ কৰা, বন্ধ কৰা
பொருள் : উঠিবলৈ প্ৰবৃত্ত কৰা
							எடுத்துக்காட்டு : 
							চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
							
ஒத்த சொற்கள் : উঠোৱা
பொருள் : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
							எடுத்துக்காட்டு : 
							তেওঁক বেছি নুঠাবা  ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
							
ஒத்த சொற்கள் : উঠোৱা