பொருள் : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
							எடுத்துக்காட்டு : 
							ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
							
ஒத்த சொற்கள் : পোৱা
பொருள் : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
							எடுத்துக்காட்டு : 
							অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
							
ஒத்த சொற்கள் : পোৱা
பொருள் : অভিপ্রায় বা আশয় বুজি পোৱা
							எடுத்துக்காட்டு : 
							মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ