பொருள் : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ
							எடுத்துக்காட்டு : 
							চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে
							
ஒத்த சொற்கள் : উপমা অলংকাৰ, উপমালংকাৰ
பொருள் : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য
							எடுத்துக்காட்டு : 
							ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়