பொருள் : কোনো কিতাপ আদি ছপা কৰি অনা
							எடுத்துக்காட்டு : 
							তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
							
ஒத்த சொற்கள் : প্রকাশিত হোৱা
பொருள் : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							எடுத்துக்காட்டு : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
ஒத்த சொற்கள் : পৃথক হোৱা
பொருள் : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা
							எடுத்துக்காட்டு : 
							তেওঁৰ ৰহস্য খুলিল
							
ஒத்த சொற்கள் : খোলা, ফাদিল হোৱা
பொருள் : এৰি দিয়া
							எடுத்துக்காட்டு : 
							এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল
							
ஒத்த சொற்கள் : মুক্ত হোৱা
பொருள் : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
							எடுத்துக்காட்டு : 
							বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
							
ஒத்த சொற்கள் : গুচি যোৱা
பொருள் : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
							எடுத்துக்காட்டு : 
							গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
							
பொருள் : উৎপন্ন হোৱা
							எடுத்துக்காட்டு : 
							খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে
							
ஒத்த சொற்கள் : গজা
பொருள் : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
							எடுத்துக்காட்டு : 
							আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
							
பொருள் : প্রচলিত হোৱা
							எடுத்துக்காட்டு : 
							ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
							
பொருள் : অনায়াসে উচ্চাৰিত হোৱা
							எடுத்துக்காட்டு : 
							গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
							
பொருள் : অন্য কোনোফালে বাঢ়ি থকা
							எடுத்துக்காட்டு : 
							এই মেজখনৰ কোণাটো অলপ ওলাইছে
							
பொருள் : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
							எடுத்துக்காட்டு : 
							গংগা গংগোত্রীৰ পৰা ওলাইছে
							
ஒத்த சொற்கள் : নি্র্গত ্হোৱা
பொருள் : বাহিৰলৈ অহা
							எடுத்துக்காட்டு : 
							সাপটো বিলৰ পৰা ওলাইছে
							
ஒத்த சொற்கள் : নির্গত হোৱা, বাহিৰলৈ অহা