பொருள் : দেহত এক শিহৰণ অনুভৱ কৰা
							எடுத்துக்காட்டு : 
							ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
							
ஒத்த சொற்கள் : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
பொருள் : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
							எடுத்துக்காட்டு : 
							উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
							
ஒத்த சொற்கள் : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা