பொருள் : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
							எடுத்துக்காட்டு : 
							কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
							
ஒத்த சொற்கள் : কদম্ব
பொருள் : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
							எடுத்துக்காட்டு : 
							তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
							
ஒத்த சொற்கள் : খোজ
பொருள் : এটা খোজেৰে ঠিক কৰা দূৰত্ব
							எடுத்துக்காட்டு : 
							মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
							
ஒத்த சொற்கள் : খোজ