பொருள் : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
							எடுத்துக்காட்டு : 
							শ্যাম এজন খুচুৰা বেপাৰী
							
ஒத்த சொற்கள் : খুচুৰা ব্যৱসায়ী
பொருள் : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
							எடுத்துக்காட்டு : 
							তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
							
ஒத்த சொற்கள் : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ