பொருள் : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
							எடுத்துக்காட்டு : 
							বাৰানসী গলিৰে ভৰা চহৰ
							
ஒத்த சொற்கள் : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
பொருள் : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
							எடுத்துக்காட்டு : 
							আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
							
ஒத்த சொற்கள் : অলি-গলি, গলি ৰাস্তা, সৰফলা