பொருள் : গৰম হোৱা
							எடுத்துக்காட்டு : 
							গৰমৰ দিনত মৰুভূমি অঞ্চল সকলোতকৈ অধিক গৰম হয়
							
ஒத்த சொற்கள் : তপ্ত হোৱা
பொருள் : ক্রোধেৰে ভৰি থকা
							எடுத்துக்காட்டு : 
							নিজৰ বিষয়ে বেয়াকৈ শুনি ্তেওঁৰ খং উঠিল
							
ஒத்த சொற்கள் : কোপিত হোৱা, ক্রোধিত হোৱা, খং উঠা
பொருள் : উত্তেজনাৰে ভৰি থকা
							எடுத்துக்காட்டு : 
							তেওঁ ্ৰামুৰ কথা শুনি উত্তেজিত হৈ পৰিল
							
ஒத்த சொற்கள் : উত্তেজিত হোৱা