பொருள் : ৰোগ নিৰাময় কৰা প্রক্রিয়া
							எடுத்துக்காட்டு : 
							গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
							
ஒத்த சொற்கள் : প্রতিকাৰ
பொருள் : চিকিৎসকৰ কাম বা পেছা
							எடுத்துக்காட்டு : 
							তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
							
ஒத்த சொற்கள் : ডাক্তৰী
பொருள் : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
							எடுத்துக்காட்டு : 
							বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
							
ஒத்த சொற்கள் : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য