பொருள் : পানী বা খাদ্যৰ বিষক্রিয়াৰ পৰা হʼব পৰা এবিধ মাৰাত্মক সংক্রামক ৰোগ, যʼত ৰোগীৰ অত্যধিক শৌচ-বমি হয়
							எடுத்துக்காட்டு : 
							আগৰ দিনত হাইজাত বহুলোকৰ অকালতে মৃত্যু হৈছিল  পুৰণি কালত কলেৰা হʼলে মানুহে গাঁও এৰি পলাইছিল, কিয়নো অধিকাংশ লোকেই এই মহামাৰীৰ চিকাৰ হৈছিল
							
ஒத்த சொற்கள் : আন্ত্রিক ৰোগ, কলেৰা, বিসূচিকা, ভেদ-বাঁতি, ভেদবমি, হাইজা