பொருள் : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
							எடுத்துக்காட்டு : 
							দোকানীজনে ধান জুখি আছে
							
ஒத்த சொற்கள் : ওজন কৰা
பொருள் : জোখ লোৱা হোৱা
							எடுத்துக்காட்டு : 
							দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
							
பொருள் : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
							எடுத்துக்காட்டு : 
							তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
							
ஒத்த சொற்கள் : মাপ কৰা