பொருள் : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
							எடுத்துக்காட்டு : 
							সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
							
ஒத்த சொற்கள் : কুচ-কাৱাজ
பொருள் : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
							எடுத்துக்காட்டு : 
							এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
							
ஒத்த சொற்கள் : ড্রিল মেচিন, ড্রিলিং মেচিন