பொருள் : অপৰাধৰ কাৰণে দিয়া দণ্ডৰ বিধানৰ বিষয়ে বিস্তৃতভাৱে থকা কোনো গ্রন্থ
							எடுத்துக்காட்டு : 
							ভাৰতীয় দণ্ডবিধি অনুসৰি জৰুৰীকালীন অৱস্থাত ধাৰা ৩০২ বলৱৎ কৰা হয়
							
பொருள் : সেই বিধি বা নিয়ম যাৰ জৰিয়তে কোনো অপৰাধৰ দণ্ড বা বিধান আদিৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়
							எடுத்துக்காட்டு : 
							ভাৰতীয় দণ্ডবিধিৰ দফা ৩০২-ৰ অধীনত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়
							
ஒத்த சொற்கள் : দণ্ডবিধান