பொருள் : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ
							எடுத்துக்காட்டு : 
							পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল
							
ஒத்த சொற்கள் : ব্রহ্মসূত্র, লগুণ
பொருள் : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ
							எடுத்துக்காட்டு : 
							নৰ নগুণ একাশী
							
பொருள் : আঠগুণতকৈ আৰু এগুণ বেছি
							எடுத்துக்காட்டு : 
							ৰামৰ ককায়েক বয়সত ৰামতকৈ নগুণ ডাঙৰ
							
பொருள் : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক
							எடுத்துக்காட்டு : 
							অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়