பொருள் : নলৰ আকাৰৰ কোনো বস্তু
							எடுத்துக்காட்டு : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
ஒத்த சொற்கள் : চুঙা
பொருள் : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
							எடுத்துக்காட்டு : 
							ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
							
பொருள் : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
							எடுத்துக்காட்டு : 
							ৰামে হোকা খাই আছে
							
ஒத்த சொற்கள் : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা