பொருள் : বাৰে বাৰে থু পেলোৱা
							எடுத்துக்காட்டு : 
							চাদা খাই তেওঁ থু থু কৰি আছে
							
ஒத்த சொற்கள் : থু থু কৰা, থু পেলাই থকা, থুওৱা
பொருள் : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
							எடுத்துக்காட்டு : 
							তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
							
ஒத்த சொற்கள் : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া