பொருள் : অত্যধিক হোৱাৰ ভাব বা অৱস্থা
							எடுத்துக்காட்டு : 
							শৰীৰত ্শর্ক্্ৰাৰ প্রচুৰতাৰ কাৰণে মধুমেহ হয়
							
ஒத்த சொற்கள் : অতিশয়তা, অত্যধিকতা, প্রাচুর্য্য, বিপুলতা
பொருள் : অধিক হোৱা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							ধনৰ প্রচুৰতাই তেওঁক ্অহংকাৰী কৰি তুলিছে
							
ஒத்த சொற்கள் : অধিকতা, আধিক্য, প্রাচুর্য, ্প্রাচুর্য্য