பொருள் : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
						 
						 
					
							எடுத்துக்காட்டு : 
							শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
							
					
							ஒத்த சொற்கள் : 
							আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱদ্দশা, জীৱনকাল, বয়স