பொருள் : কলি ফুললৈ সলনি হোৱা ৰূপ
							எடுத்துக்காட்டு : 
							সূর্যৰ ্  পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল
							
ஒத்த சொற்கள் : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া
பொருள் : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা
							எடுத்துக்காட்டு : 
							আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল
							
பொருள் : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা
							எடுத்துக்காட்டு : 
							এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল
							
பொருள் : ফুলেৰে যুক্ত হোৱা ফুল ধৰা
							எடுத்துக்காட்டு : 
							খেতি পথাৰত সৰিয়হ ফুলিছে
							
ஒத்த சொற்கள் : পুষ্পিত হোৱা