பொருள் : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
							எடுத்துக்காட்டு : 
							সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
							
ஒத்த சொற்கள் : ৰোৱা
பொருள் : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
							எடுத்துக்காட்டு : 
							কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
							
ஒத்த சொற்கள் : পচন্দ কৰা
பொருள் : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
							எடுத்துக்காட்டு : 
							মায়ে চাউল বাচি আছে