பொருள் : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : টান কৰা
பொருள் : চূর্ণ আদিক পিণ্ডৰ ৰূপলৈ অনা
							எடுத்துக்காட்டு : 
							নবৌৱে বেচনৰ লাৰু বান্ধি আছে
							
ஒத்த சொற்கள் : লাৰু বনোৱা
பொருள் : যিকোনো বস্তুক একগোট কৰি বন্ধা
							எடுத்துக்காட்டு : 
							বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
							
ஒத்த சொற்கள் : পেক কৰা
பொருள் : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
							எடுத்துக்காட்டு : 
							তেওঁ খৰিবোৰ বান্ধি আছে
							
ஒத்த சொற்கள் : গ্রন্থন কৰা, জৰী পকা
பொருள் : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
							எடுத்துக்காட்டு : 
							ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে