பொருள் : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
							எடுத்துக்காட்டு : 
							ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
							
ஒத்த சொற்கள் : কাতি হোৱা
பொருள் : অলপ আঁউজি বা আহল বহলকৈ বহা
							எடுத்துக்காட்டு : 
							তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
							
ஒத்த சொற்கள் : হেলান দিয়া