பொருள் : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
							எடுத்துக்காட்டு : 
							বালীক ভগৱান ৰামে মাৰিছিল
							
பொருள் : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
							எடுத்துக்காட்டு : 
							বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
							
ஒத்த சொற்கள் : বালী দ্বীপ
பொருள் : বালী দ্বীপৰ লোকৰ ভাষা
							எடுத்துக்காட்டு : 
							তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
							
ஒத்த சொற்கள் : বালী ভাষা
பொருள் : যি লিপিত বালী ভাষা লিখা হয়
							எடுத்துக்காட்டு : 
							বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
							
ஒத்த சொற்கள் : বালী লিপি