பொருள் : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
							எடுத்துக்காட்டு : 
							বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
							
ஒத்த சொற்கள் : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিশালী, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
பொருள் : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
							எடுத்துக்காட்டு : 
							বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
							
ஒத்த சொற்கள் : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিশালী, বুধিয়ক, মতিমান, মেধাবী