பொருள் : উত্তম হোৱাৰ অৱস্থা
							எடுத்துக்காட்டு : 
							চৰিত্র ভালেই সকলো ভাল
							
ஒத்த சொற்கள் : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
பொருள் : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
							எடுத்துக்காட்டு : 
							মোৰ ভাল , আপোনাৰ ভালনে ?
							
ஒத்த சொற்கள் : বঢ়িয়া
பொருள் : যি ৰুচিৰে ভৰপূৰ
							எடுத்துக்காட்டு : 
							তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
							
ஒத்த சொற்கள் : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
பொருள் : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
							எடுத்துக்காட்டு : 
							মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
							
ஒத்த சொற்கள் : বঢ়িয়া
பொருள் : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
							எடுத்துக்காட்டு : 
							এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
							
ஒத்த சொற்கள் : বঢ়িয়া