பொருள் : ভূটানৰ অধিবাসী
							எடுத்துக்காட்டு : 
							ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
							
ஒத்த சொற்கள் : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
பொருள் : ভূটান দেশৰ ভাষা
							எடுத்துக்காட்டு : 
							ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
							
பொருள் : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
							எடுத்துக்காட்டு : 
							তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
							
பொருள் : ভূটান দেশত থকা বা বসতি কৰা
							எடுத்துக்காட்டு : 
							এই আলোচনা ভূটীয়া লোকৰ হিতৰ পক্ষত নাই
							
ஒத்த சொற்கள் : ভূটীয়া
பொருள் : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
							எடுத்துக்காட்டு : 
							মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে