பொருள் : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি
							எடுத்துக்காட்டு : 
							তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়
							
பொருள் : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা
							எடுத்துக்காட்டு : 
							তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে
							
பொருள் : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি
							எடுத்துக்காட்டு : 
							ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ
							
ஒத்த சொற்கள் : খচিত চিত্র