பொருள் : যি বিচাৰেৰে পূর্ণ
							எடுத்துக்காட்டு : 
							তেওঁ ্ সদায় যুক্তিপূর্ণ ্ কথাই কয়
							
ஒத்த சொற்கள் : বিচাৰপূর্ণ, যুক্তিসন্মত
பொருள் : যিটো যুক্তি বা তর্কৰে ভৰা
							எடுத்துக்காட்டு : 
							মোহনৰ দৰে ভোদা ছাত্র এজনে গুৰুৰ প্রশ্নৰ যুক্তিপূর্ণ উত্তৰ দি সকলোকে আচৰিত কৰি তুলিলে
							
ஒத்த சொற்கள் : তর্কপূর্ণ, তর্কযুক্ত, যুক্তিযুক্ত