பொருள் : কার্য আদিত ৰত হোৱা
							எடுத்துக்காட்டு : 
							ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
							
ஒத்த சொற்கள் : ব্যস্ত হোৱা, লগা
பொருள் : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
							எடுத்துக்காட்டு : 
							তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
							
ஒத்த சொற்கள் : কৰা
பொருள் : কামত লিপ্ত হোৱা
							எடுத்துக்காட்டு : 
							মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো