பொருள் : বহুত জোৰৰ
							எடுத்துக்காட்டு : 
							শচীনৰ শক্তিশালী বেটিঙৰ কাৰণে ভাৰতে জয়লাভ কৰিলে
							
ஒத்த சொற்கள் : জোৰদাৰ
பொருள் : যʼত প্রভাৱ থাকে
							எடுத்துக்காட்டு : 
							তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
							
ஒத்த சொற்கள் : প্রভাৱশালী
பொருள் : যাৰ বল বা শক্তি আছে
							எடுத்துக்காட்டு : 
							অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
							
ஒத்த சொற்கள் : জোৰদাৰ
பொருள் : যাৰ বহুত বেছি প্রতাপ থাকে
							எடுத்துக்காட்டு : 
							ৰাবন এজন প্রতাপী ৰজা আছিল
							
ஒத்த சொற்கள் : প্রতাপশালী, প্রতাপী, বিক্রমী
பொருள் : অত্যন্ত পৰাক্রমী
							எடுத்துக்காட்டு : 
							চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
							
ஒத்த சொற்கள் : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী