பொருள் : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
							எடுத்துக்காட்டு : 
							আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
							
ஒத்த சொற்கள் : সোধ
பொருள் : বিচাৰৰ কাৰণে দুয়োপক্ষৰ কথা নিজ সাক্ষাতত শুনা
							எடுத்துக்காட்டு : 
							দণ্ডাধীশে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োপক্ষৰ শুনানী লʼলে