பொருள் : দুর্বল ্বা অধীনস্থ কোনো লোকৰ পৰিশ্রম, আয় আদিৰ পৰা অনুচিত লাভ উঠোৱা কার্য
							எடுத்துக்காட்டு : 
							ঠিকাদাৰে মজদূৰক শোষণ কৰি আছে
							
ஒத்த சொற்கள் : নিষ্পেষণ
பொருள் : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়
							எடுத்துக்காட்டு : 
							ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
							
ஒத்த சொற்கள் : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন
பொருள் : কোনো বস্তু আদিক শোষিত কৰা প্রক্রিয়া
							எடுத்துக்காட்டு : 
							গছ-গছনিয়ে মাটিৰ পৰা পানী আৰু অন্যান্য খনিজ লৱণ শোষণ কৰি লয়
							
ஒத்த சொற்கள் : শোহা-