பொருள் : মৃতদেহক জ্বলোৱা কার্য
							எடுத்துக்காட்டு : 
							আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে
							
ஒத்த சொற்கள் : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, খৰি দিয়া, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, সৎকাৰ
பொருள் : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ
							எடுத்துக்காட்டு : 
							মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম
							
ஒத்த சொற்கள் : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া