பொருள் : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ ছয়গুণ অধিক পৰিমাণ
							எடுத்துக்காட்டு : 
							সাতৰ সাতগুণ ঊনপঞ্চাশ
							
பொருள் : ছগুণতকৈ এগুণ বেছি
							எடுத்துக்காட்டு : 
							কালিতকৈ আজি সাতগুণ বেছি বৰষুণ হʼল
							
பொருள் : যিমান হয় তাতকৈ আৰু ছয়গুণ বেছি
							எடுத்துக்காட்டு : 
							অতিথিৰ কাৰণে প্রতিদিনৰ তুলনাত সাতগুণ আহাৰ প্রস্তুত কৰা হৈছে