பொருள் : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
							எடுத்துக்காட்டு : 
							আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
							
ஒத்த சொற்கள் : সুযোগ-সন্ধানী
பொருள் : সুবিধাবাদ সম্বন্ধীয়
							எடுத்துக்காட்டு : 
							সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
							
பொருள் : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
							எடுத்துக்காட்டு : 
							সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়