பொருள் : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে
							எடுத்துக்காட்டு : 
							কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়
							
ஒத்த சொற்கள் : অৱস্থিতি
பொருள் : সত্তাৰ ভাব
							எடுத்துக்காட்டு : 
							আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে
							
ஒத்த சொற்கள் : অধিস্থান, অস্তিত্ব, অৱস্থিতি, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা