பொருள் : যাক অনুমতি দিয়া হৈছে
							எடுத்துக்காட்டு : 
							মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
							
ஒத்த சொற்கள் : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত
பொருள் : যাৰ সহমত লাভ কৰিছে
							எடுத்துக்காட்டு : 
							চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
							
ஒத்த சொற்கள் : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত
பொருள் : যিটো স্বীকাৰ কৰা হৈছে
							எடுத்துக்காட்டு : 
							এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
							
ஒத்த சொற்கள் : মান্য
பொருள் : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে
							எடுத்துக்காட்டு : 
							স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই
							
ஒத்த சொற்கள் : অনুমতি প্রাপ্ত