பொருள் : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
							
ஒத்த சொற்கள் : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বাধীনতা
பொருள் : কোনো নাগৰিকে নিজ দেশৰ সকলো শাসন আৰু ব্যৱস্থা নিজস্বভাৱে তথা অন্য কোনো বিদেশী শক্তিৰ ্হেঁ্চা অবিহনে চলোৱা শাসন-প্রণালী
							எடுத்துக்காட்டு : 
							আমাৰ দেশত স্বৰাজ ব্যৱস্থা আছে
							
ஒத்த சொற்கள் : স্বৰাজ্য