பொருள் : বাৰে বাৰে আগলৈ পিছলৈ, ওপৰ-তল বা ইফালে-সিফালে যোৱা
							எடுத்துக்காட்டு : 
							নদন-বদন শস্যবোৰ বতাহত হালি-জালি আছিল
							
பொருள் : স্ফূর্তি বা নিচাত শিৰ আৰু গা-অংশ আগলৈ-পিছলৈ আৰু ইফালে-সিফালে লৰচৰ কৰা কার্য
							எடுத்துக்காட்டு : 
							লʼৰা-ছোৱালীবোৰে আনন্দত হালি-জালি আছে