பொருள் : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া
							எடுத்துக்காட்டு : 
							ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে
							
பொருள் : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
							எடுத்துக்காட்டு : 
							মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
							
ஒத்த சொற்கள் : অসফল হোৱা, পৰাজিত হোৱা