பொருள் : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক
							எடுத்துக்காட்டு : 
							ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল
							
ஒத்த சொற்கள் : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল
பொருள் : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়
							எடுத்துக்காட்டு : 
							ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়