உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
எடுத்துக்காட்டு : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
ஒத்த சொற்கள் : অংকন কৰা, অঙ্কন কৰা
பொருள் : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
எடுத்துக்காட்டு : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
ஒத்த சொற்கள் : টনা
பொருள் : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
எடுத்துக்காட்டு : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
ஒத்த சொற்கள் : চিন লগোৱা, দাগ লগোৱা
நிறுவு