பொருள் : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
எடுத்துக்காட்டு :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
பொருள் : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
எடுத்துக்காட்டு :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
ஒத்த சொற்கள் : নকটা
பொருள் : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
எடுத்துக்காட்டு :
আপোনাৰ যুক্তি অকাট্য
ஒத்த சொற்கள் : অকাট্য, অখণ্ডনীয়, পানী নসৰকা