உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : স্বীকাৰ নকৰাৰ ভাব বা কার্য
எடுத்துக்காட்டு : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ஒத்த சொற்கள் : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
பொருள் : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
எடுத்துக்காட்டு : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ஒத்த சொற்கள் : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
பொருள் : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়
எடுத்துக்காட்டு : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়
ஒத்த சொற்கள் : অগ্রহণীয়
நிறுவு