பொருள் : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
எடுத்துக்காட்டு :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
ஒத்த சொற்கள் : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
பொருள் : শূন্যৰ পৰা নলৈকে সংখ্যা
எடுத்துக்காட்டு :
তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
ஒத்த சொற்கள் : অংক