உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
எடுத்துக்காட்டு : পাহাৰ-পর্বত স্থিৰ
ஒத்த சொற்கள் : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
பொருள் : যি চলা-ফুৰা কৰিব নোৱাৰে
எடுத்துக்காட்டு : গছবোৰ সজীৱ সত্ত্বেও অচল
ஒத்த சொற்கள் : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
பொருள் : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি
எடுத்துக்காட்டு : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে
ஒத்த சொற்கள் : স্থাৱৰ
நிறுவு