பொருள் : অন্য কোনো চহৰ বা দেশলৈ অহা মানুহ
எடுத்துக்காட்டு :
এই দলটোৱে অচিনাকিসকলক লুটপাত কৰে
பொருள் : যিটো জ্ঞাত নহয়
எடுத்துக்காட்டு :
এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
ஒத்த சொற்கள் : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অজান, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা