பொருள் : বিদ্যাৰ অভাৱ
எடுத்துக்காட்டு :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
ஒத்த சொற்கள் : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
பொருள் : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
எடுத்துக்காட்டு :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
பொருள் : জ্ঞান নোহোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
ஒத்த சொற்கள் : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
பொருள் : অবোধ হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
ஒத்த சொற்கள் : অবোধতা