பொருள் : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
எடுத்துக்காட்டு :
ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
ஒத்த சொற்கள் : প্রাসাদ
பொருள் : যিটো ভৱন অতি ওখ
எடுத்துக்காட்டு :
তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
ஒத்த சொற்கள் : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
பொருள் : যি ভৱনত ভালেমান মহল থাকে
எடுத்துக்காட்டு :
মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
ஒத்த சொற்கள் : বহুমহলীয়া ভৱন